Smart Phonetic, INSCRIPT, Linguistic, Unicode, Voice Typing, Image-to-Text OCR, Font Converter, Spell Checker আৰু AI Grammar Checker — সকলো এটা software ত। অসমীয়া, বেংগলী আৰু হিন্দী— তিনিটা ভাষা একেটা tool ত। Smart Phonetic, INSCRIPT, Linguistic, Unicode, Voice Typing, Image-to-Text OCR, Font Converter, Spell Checker and AI Grammar Checker — all in one app. Assamese, Bengali and Hindi — all languages in one tool.
ভাষাৰ শিপা, প্ৰযুক্তিৰ ডেউকা
অসমীয়া ভাষা আৰু সাহিত্যক আধুনিক প্ৰযুক্তিৰে বিশ্বৰ দৰবাৰলৈ আগুৱাই নিবৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস
সাতটা কীবৰ্ড লেআউট — অসমীয়া, বেংগলী আৰু হিন্দী — আপুনি যিটোত অভ্যস্ত, সেইটোৱেই ব্যৱহাৰ কৰক।Seven keyboard layouts — Assamese, Bengali and Hindi — pick whichever feels natural to you.
English ত শব্দৰ উচ্চাৰণ লিখক, স্বয়ংক্ৰিয়ভাৱে অসমীয়া পাওক। যেনে amar axom → আমাৰ অসম।Type words the way they sound in English and get Assamese automatically. e.g. amar axom → আমাৰ অসম.
চৰকাৰী INSCRIPT লেআউট আৰু PageMaker ৰ গীতাঞ্জলি লিগ্যাচী টাইপিং — প্ৰফেচনেল ডিজাইনাৰৰ বাবে।Standard INSCRIPT layout plus Geetanjali legacy typing for PageMaker — for professional designers.
আধুনিক ইউনিকোড টাইপিং — Facebook, WhatsApp, Word, ব্ৰাউজাৰ আদি সকলোতে নিখুঁতভাৱে চলে।Modern Unicode typing — works perfectly in Facebook, WhatsApp, Word, browsers and everywhere else.
Bijoy-style লিগ্যাচী লেআউট — অসমীয়া আৰু বেংগলী উভয় ভাষাৰ পুৰণি ফন্টৰ বাবে। একে software ত দুয়োটা ভাষা।Bijoy-style legacy layout — for Assamese and Bengali legacy fonts. Both languages in the same software.
একেটা software ৰ পৰাই হিন্দী ফোনেটিক টাইপিং — দুয়োটা ভাষা এটা টুলতে।Hindi phonetic typing from the same app — both languages in a single tool.
চৰকাৰী হিন্দী INSCRIPT কীবৰ্ড লেআউট — চৰকাৰী কাম-কাজ আৰু অভ্যস্ত টাইপিষ্টৰ বাবে আদৰ্শ।The standard Hindi INSCRIPT keyboard layout — ideal for government work and trained typists.
আধুনিক হিন্দী (দেৱনাগৰী) ইউনিকোড টাইপিং — Word, Facebook, ব্ৰাউজাৰ আদি সকলোতে নিখুঁতভাৱে চলে।Modern Hindi (Devanagari) Unicode typing — works flawlessly in Word, Facebook, browsers and everywhere.
টাইপিঙৰ বাহিৰেও — কণ্ঠস্বৰৰ পৰা আখৰ, ছবিৰ পৰা আখৰ, বৰ্ণাশুদ্ধি, অনুবাদ আৰু AI সংশোধন।Beyond typing — voice to text, image to text, spell checker, translation and AI correction.
মাইক্ৰোফোনত অসমীয়াত কথা কওক, লিখা হৈ যাব। AI Agent ৰে চলে — সম্পূৰ্ণ অফলাইন।Speak Assamese into your mic and watch it become text. Smart AI Agent — fully offline.
অফলাইনOfflineGoogle Lens ৰ দৰে — ছবি, screenshot বা ফটোৰ পৰা অসমীয়া আখৰ বা লিখা উলিয়াই আনক, সম্পাদন কৰক। এতিয়া মিহলি অসমীয়া+ইংৰাজী লিখাতো আৰু নিখুঁত।Like Google Lens — extract editable Assamese text from any image, screenshot or photo. Now even more accurate on mixed Assamese+English text.
অফলাইনOfflineইউনিকোড ↔ গীতাঞ্জলি লিগ্যাচী ফন্ট দুয়োফালে ৰূপান্তৰ। PageMaker 7.0 ৰ বাবে নিখুঁত।Convert Unicode ↔ Geetanjali legacy font both ways. Pixel-perfect for PageMaker 7.0.
প্ৰফেচনেলFor Prosএটা বা একাধিক PDF ফাইল এবাৰতে Unicode/গীতাঞ্জলিলৈ ৰূপান্তৰ কৰক — টেক্সট-লেয়াৰ থকা PDF পোনতেই পঢ়ে, স্কেন কৰা পৃষ্ঠাত স্বয়ংক্ৰিয়ভাৱে OCR চলে।Convert one or many PDFs to Unicode/Geetanjali in one go — reads existing text layers directly, and runs OCR automatically on scanned pages.
নতুনNewঅসমীয়া লিখা paste কৰক বা ফাইলৰ পৰা Import কৰক, Check Spelling ক্লিক কৰক — ভুল বানান ৰঙা ৰঙেৰে চিহ্নিত হ'ব। পৰামৰ্শৰ পৰা শুদ্ধ শব্দ বাছক আৰু শুদ্ধ কৰা লিখা copy কৰক। সম্পূৰ্ণ অফলাইন, অভিধান নিৰ্ভৰ।Paste Assamese text or import it straight from a file, click Check Spelling — misspelled words are highlighted in red. Pick the right word from suggestions and copy the corrected text. Fully offline, dictionary-based.
অফলাইনOfflineসম্পূৰ্ণ বাক্যাংশৰ ব্যাকৰণ আৰু বানান AI ৰে শুদ্ধ কৰক — এটা ক্লিকতে নিখুঁত লিখা। এতিয়া একাধিক AI model-ৰ মাজত পছন্দ কৰিব পাৰি।Polish whole paragraphs with AI — fix grammar and spelling in one click. Now with a choice of AI models.
AIভাষাৰ মাজত দ্ৰুত অনুবাদ — লিখাটো এটা ভাষাৰ পৰা আনটোলৈ সহজে সলনি কৰক।Quick translation between languages — convert text from one language to another with ease.
সুবিধাBuilt-inটাইপ কৰোঁতেই ওচৰতে এটা সৰু window ত ১০ টালৈকে মিল থকা/পৰৱৰ্তী শব্দৰ পৰামৰ্শ ওলায় — নিখুঁত আৰু দ্ৰুত টাইপিঙৰ বাবে। 1–5 টিপি বাছি লওক, Enter ৰে নিশ্চিত কৰক।As you type, an inline window shows up to 10 matching / next-word suggestions for faster, more accurate typing. Press 1–5 to select, Enter to confirm.
স্ক্ৰীনত ভাঁহি থকা এডাল সৰু বাৰে সদায় দেখুৱায় এতিয়া কোন ভাষা/মোড সক্ৰিয়। টানি আনি যিকোনো ঠাইত ৰাখিব পাৰি, এক ক্লিকতে মোড সলনি কৰক।A small floating bar always shows which language/mode is active. Drag it anywhere and switch modes in one click.
সদায় দৃশ্যমানAlways visibleচকুকেইটাক আৰাম দিয়া আধুনিক Dark Mode আৰু পৰিষ্কাৰ Light Mode — এটা ক্লিকতে সলনি কৰক, দিন বা ৰাতি যিকোনো সময়ত নিজৰ সুবিধা অনুসৰি।A modern, eye-friendly Dark Mode and a clean Light Mode — switch in one click; looks great day or night.
থিমThemesএতিয়া Smart Phonetic আৰু Inscript Typing — দুয়োটা মোডেই Adobe PageMaker আৰু InDesign-তো সম্পূর্ণভাৱে কাম কৰে — টাইপ কৰোঁতেই ফন্ট নিজে নিজে সলনি হয়, অসমীয়া সংখ্যা সঠিককৈ ওলায়, আৰু Ctrl+Space-ৰে ইংৰাজী/অসমীয়া সলনি কৰিব পাৰি।Both Smart Phonetic and Inscript Typing modes now work fully inside Adobe PageMaker and InDesign — fonts switch automatically as you type, Assamese numerals render correctly, and Ctrl+Space toggles English/Assamese cleanly.
৪ লাখৰো অধিক শব্দৰ অভিধান, আৰু নতুন Morphology Analyzer-এ শব্দৰ মূল + প্ৰত্যয় (যেনে বহুবচন, বিভক্তি) চিনি পাই ভুল বানানৰ পৰামৰ্শ আৰু শুদ্ধতা বহু ভাল কৰিছে।A dictionary of 400,000+ words, plus a new Morphology Analyzer that recognizes root+suffix word forms (plurals, case markers) for noticeably better spell-check accuracy and suggestions.
উন্নতImprovedঅসমৰ কোনো software-তে এতিয়ালৈকে নথকা দুটা সুবিধা — আৰু বাকী সকলোবোৰতকৈ ইয়াত বেছি।Two capabilities no other Assamese typing tool offers today — and more of everything else.
PageMaker, InDesign, Photoshop, Word, Notepad আদি যিকোনো software-তে টাইপ কৰোঁতে শব্দ ভুল হ'লেই app-টোৱে শুদ্ধ শব্দৰ ১০ টালৈকে পৰামৰ্শ লগে লগে দেখুৱায় — Unicode হওক বা গীতাঞ্জলিৰ দৰে legacy ফন্ট, এটা কি' টিপিয়েই শুদ্ধ শব্দটো বাছি ল'ব পাৰি। এইটো অসমৰ আন কোনো Assamese typing software-তে এতিয়ালৈকে নাই।In PageMaker, InDesign, Photoshop, Word, Notepad and more, the moment a word is misspelled the app shows up to 10 correct-word suggestions live — in Unicode or in legacy fonts like Geetanjali — and one key press picks the right one. No other Assamese typing software offers this today.
Unicode আৰু লিগ্যাচী গীতাঞ্জলি — দুয়োধৰণৰ লিখাকে বানান পৰীক্ষা কৰক, শব্দ, বাক্য বা সম্পূৰ্ণ অনুচ্ছেদ, টাইপ কৰোঁতেই বা paste কৰি।Spell-checks both Unicode and legacy Geetanjali text — words, sentences or whole paragraphs, live as you type or pasted in.
Adobe PageMaker আৰু InDesign-ত Smart Phonetic আৰু Inscript Typing মোডত টাইপ কৰোঁতে, app-টোৱে নিজে নিজে আপোনাৰ অসমীয়া legacy ফন্ট (গীতাঞ্জলিৰ দৰে) আৰু ইংৰাজী ফন্টৰ মাজত সলনি হয় — দুয়োটা ফন্টেই আপুনি নিজৰ পছন্দমতে Settings ত সলনি কৰি ল'ব পাৰি, হাতেৰে বাৰে বাৰে ফন্ট সলনি কৰাৰ প্ৰয়োজন নাই। লগতে, অসমীয়া আখৰতকৈ ইংৰাজী আখৰ কিমান point সৰু হ'ব সেয়াও নিজে নিৰ্ধাৰণ কৰি ল'ব পাৰি (যেনে গীতাঞ্জলি ফন্ট 14 point, Times New Roman 11 point)। অসমীয়া সংখ্যা (১২৩৪৫৬৭৮৯০)-ও নিখুঁতভাৱে ওলায়, আৰু Ctrl+Space-ৰে ইংৰাজী/অসমীয়া মোড সলনি কৰিলেও ফন্ট সঠিককৈ লগে লগে সলনি হয়। সম্পূৰ্ণ Automatic Font Change System কেৱল আমাৰ AxomLipi Pro Software-তহে উপলব্ধ।While typing in Smart Phonetic or Inscript Typing mode inside Adobe PageMaker and InDesign, AxomLipi Pro automatically switches between your Assamese legacy font (such as Geetanjali) and your English font — both fully customizable in Settings, so no manual font switching is needed. You can also set how many points smaller English should render than Assamese (e.g. Geetanjali font at 14 point, Times New Roman at 11 point). Assamese numerals (১২৩৪৫৬৭৮৯০) render correctly too, and toggling with Ctrl+Space keeps the live font perfectly in sync. This complete Automatic Font Change System is available only in AxomLipi Pro.
টাইপ কৰি থাকোঁতেই কাৰ্ছাৰৰ ঠিক ওপৰত শব্দৰ পৰামৰ্শৰ এটা সৰু bar ভাঁহি উঠে — আপুনি আধা লিখা শব্দটোৰ সম্ভাৱ্য সম্পূৰ্ণ ৰূপবোৰ লগে লগে দেখা পায়। এটা বাছি ল'লেই বাকীখিনি নিজে সম্পূৰ্ণ হয়, গতিকে দীঘল দীঘল শব্দবোৰ আখৰ ধৰি ধৰি টাইপ কৰিব নালাগে — সময় বাচে, কি'বৰ্ডৰ পৰিশ্ৰম কমে আৰু বানান ভুলো কম হয়। Unicode, Smart Phonetic আৰু Inscript Typing — তিনিওটা মোডতে কাম কৰে।As you type, a small bar floats right above the cursor showing the likely completions of the word you have half-typed. Pick one and the rest of the word fills in instantly, so long words no longer need to be typed letter by letter — it saves time, cuts keystrokes and helps avoid spelling mistakes. Works in Unicode, Smart Phonetic and Inscript Typing modes.
| সুবিধাFeature | ফ্ৰী টাইপিং টুলFree typing tools | পুৰণি DTP softwareTraditional DTP software | AxomLipi Pro |
|---|---|---|---|
| অসমীয়া/বেংগলী Unicode টাইপিংAssamese/Bengali Unicode typing | ✓ | ✕ | ✓ |
| স্মাৰ্ট ফোনেটিক টাইপিংSmart Phonetic typing | ✕ | ✕ | ✓ |
| গীতাঞ্জলি লিগ্যাচী ফন্ট টাইপিংGeetanjali legacy font typing | ✕ | ✓ | ✓ |
| হিন্দী টাইপিং (Inscript/Unicode/Phonetic)Hindi typing (Inscript/Unicode/Phonetic) | সীমিতLimited | ✕ | ✓ |
| AS/BN Linguistic মোডAS/BN Linguistic mode | ✕ | ✕ | ✓ |
| Unicode ↔ গীতাঞ্জলি কনভাৰ্টাৰUnicode ↔ Geetanjali converter | ✕ | সীমিতLimited | ✓ |
| Unicode বানান পৰীক্ষকUnicode spell checker | সাধাৰণBasic | ✕ | ✓ |
| গীতাঞ্জলি বানান পৰীক্ষকGeetanjali spell checker | ✕ | ✕ | ✓ |
| Live বানান পৰীক্ষা (শব্দ, বাক্য, অনুচ্ছেদ)Live spell check (words, sentences, paragraphs) | ✕ | ✕ | ✓ |
| তৎক্ষণাৎ শব্দ পৰামৰ্শ (১০ টা)Instant word suggestion (top 10) | ✕ | ✕ | ✓ |
| Live Word Suggestions — Prediction Bar (Unicode/Smart Phonetic)Live Word Suggestions — Prediction Bar (Unicode/Smart Phonetic) | ✕ | ✕ | ✓ |
| PageMaker Live Word Suggestion | ✕ | ✕ | ✓ |
| AI বানান আৰু ব্যাকৰণ পৰীক্ষকAI grammar & spell checker | ✕ | ✕ | ✓ |
| ভইচ টাইপিংVoice typing | ✕ | ✕ | ✓ |
| OCR (ছবিৰ পৰা লিখা)OCR (image to text) | ✕ | ✕ | ✓ |
| অনুবাদকTranslator | ✕ | ✕ | ✓ |
| ক্লিপবৰ্ড হিষ্ট্ৰীClipboard history | ✕ | ✕ | ✓ |
| ভাঁহি থকা ভাষা বাৰFloating language bar | ✕ | ✕ | ✓ |
| যিকোনো Windows app-ত কাম কৰেWorks with any Windows app | সীমিতLimited | ✕ | ✓ |
| Personalised Learning (নিজে শিকে)Personalised learning | ✕ | ✕ | ✓ |
| নিয়মীয়া Feature আপডেটRegular feature updates | ✕ | ✕ | ✓ |
| নিবেদিত সহায়Dedicated support | ✕ | সীমিতLimited | ✓ |
পৰিষ্কাৰ, আধুনিক interface — প্ৰথম ব্যৱহাৰতে সহজ।A clean, modern interface that's easy from the very first use.
setup ডাউনলোড কৰি চলাওক। Windows ৰ লগতে স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হ’ব, tray ত আইকন দেখা যাব।Download and run the setup. It auto-starts with Windows and lives in your system tray.
Ctrl+Shift+A টিপি অসমীয়া অন কৰক। Smart Phonetic, INSCRIPT বা Unicode — যিটো লাগে।Press Ctrl+Shift+A to turn Assamese on. Choose Smart Phonetic, INSCRIPT or Unicode.
Word, Facebook, WhatsApp, ইমেইল — যিকোনো app ত নিখুঁত অসমীয়া লিখক। আৰু একো লাগে নাই।Word, Facebook, WhatsApp, email — write flawless Assamese in any app. Nothing else needed.
AxomLipi Pro ব্যৱহাৰ কৰিছেনে? তলত আপোনাৰ মতামত দিয়ক।Using AxomLipi Pro? Share your review below.
আপোনাৰ অভিজ্ঞতা আন সকলৰ সৈতে ভাগ কৰকShare your experience to help others
আপোনাৰ মতামত কিছু সময়ৰ পিছত ৱেবচাইটত প্ৰকাশ পাব।Your review will appear on the site shortly.
বিনামূলীয়াকৈ চেষ্টা কৰক, ভাল লাগিলে গোটেই জীৱনৰ বাবে মাত্ৰ এবাৰেই কিনক।Try it free, then buy once and keep it forever.
App-ৰ feature, DTP বা typing সম্বন্ধীয় যিকোনো প্ৰশ্ন আমাৰ Facebook community-ত সোধক — admin আৰু আন ব্যৱহাৰকাৰীসকলে উত্তৰ দিয়ে।Ask anything about the app's features, DTP, or typing in our Facebook community — the admin and other users answer.

Trial user-সকলৰ বাবে এটা optional email prompt, আৰু Inscript typing-ত কেইটামান নতুন যুক্তাক্ষৰৰ সহায়তা — v1.0.8 release-ৰ সাৰাংশ।An optional email prompt for trial users, plus support for a few more Assamese conjuncts in Inscript typing — what shipped in v1.0.8.

PageMaker 7.0-ত স্ব/ম্ব/ন্ব-ৰ দৰে conjunct paste কৰোঁতে ভাঙি যোৱাৰ সমস্যা — ইয়াৰ কাৰণ আৰু Font Converter-ৰ built-in সমাধান।Why স্ব/ম্ব/ন্ব-style conjuncts break when pasted into PageMaker 7.0 — and the Font Converter's built-in workaround.

Smart Phonetic নে INSCRIPT — কোনটোৱে আপোনাৰ বাবে সঠিক? দুয়োটাৰ পাৰ্থক্য আৰু কাৰ বাবে কি ভাল, বুজি লওক।Smart Phonetic or INSCRIPT — which typing mode fits you? A quick comparison to help you decide.
অসম লিপি PRO সম্পৰ্কে অধিক জানিব বিচাৰিলে, নাইবা অসমীয়া DTP সম্পৰ্কীয় কোনো সমস্যাত পৰিলে — অসম লিপি PRO Support WhatsApp গ্ৰুপত যোগ দিয়ক।Want to learn more about AxomLipi PRO, or run into an Assamese DTP problem? Join the AxomLipi PRO Support WhatsApp group.
chat.whatsapp.com/F26EjwCl8tHG6q32dYoDKmবিনামূলীয়া ট্ৰায়েল ডাউনলোড কৰক, বা যিকোনো প্ৰশ্নৰ বাবে যোগাযোগ কৰক।Download the free trial, or reach out with any questions.